ಅರ್ಥ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী
							ಉದಾಹರಣೆ : 
							তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে
							
ಸಮಾನಾರ್ಥಕ : বৃত্ত
ಅರ್ಥ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়
							ಉದಾಹರಣೆ : 
							এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে
							
ಅರ್ಥ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা
							ಉದಾಹರಣೆ : 
							মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল
							
ಅರ್ಥ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
							ಉದಾಹರಣೆ : 
							কুমাৰৰ চাক একপ্রকাৰৰ চক্র
							
ಸಮಾನಾರ್ಥಕ : চকা