ಅರ್ಥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
							ಉದಾಹರಣೆ : 
							মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
							
ಸಮಾನಾರ್ಥಕ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
ಅರ್ಥ : কোনো কাম আদিৰ দায়িত্ব লোৱা
							ಉದಾಹರಣೆ : 
							নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
							
ಅರ್ಥ : ৰোধ কৰি বশত অনা
							ಉದಾಹರಣೆ : 
							দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
							
ಅರ್ಥ : কোনো মনোবেগক বাধা দিয়া
							ಉದಾಹರಣೆ : 
							জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
							
ಅರ್ಥ : কোনো বস্তু ভালে আছে নে নাই চোৱা
							ಉದಾಹರಣೆ : 
							নিজৰ কাপোৰ চম্ভালা