ಅರ್ಥ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
							ಉದಾಹರಣೆ : 
							আজি বাৱতৰ বস্তিত লাঠী চলিল
							
ಅರ್ಥ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
							ಉದಾಹರಣೆ : 
							তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে  আইতাই ঘেঁহু্ চালি আছে
							
ಸಮಾನಾರ್ಥಕ : চালি লোৱা
ಅರ್ಥ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
							ಉದಾಹರಣೆ : 
							এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
							
ಅರ್ಥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
							ಉದಾಹರಣೆ : 
							চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
							
ಅರ್ಥ : কোনো বস্তু আদিৰ প্রচলনত অহা
							ಉದಾಹರಣೆ : 
							টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
							
ಸಮಾನಾರ್ಥಕ : প্রচলিত হোৱা
ಅರ್ಥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
							ಉದಾಹರಣೆ : 
							ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
							
ಸಮಾನಾರ್ಥಕ : টিকা
ಅರ್ಥ : প্রভুত্ব বিস্তাৰ কৰা কার্য
							ಉದಾಹರಣೆ : 
							গাঁৱত তেওঁৰ বহুত চলে