ಅರ್ಥ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
							ಉದಾಹರಣೆ : 
							তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
							
ಸಮಾನಾರ್ಥಕ : কৌশল
ಅರ್ಥ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
							ಉದಾಹರಣೆ : 
							বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
							
ಸಮಾನಾರ್ಥಕ : চালি
ಅರ್ಥ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
							ಉದಾಹರಣೆ : 
							চাল খেলাৰ এইবাৰ আপোনাৰ পাল
							
ಸಮಾನಾರ್ಥಕ : বাজি