ಅರ್ಥ : ৰোগ নিৰাময় কৰা প্রক্রিয়া
							ಉದಾಹರಣೆ : 
							গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
							
ಸಮಾನಾರ್ಥಕ : প্রতিকাৰ
ಅರ್ಥ : চিকিৎসকৰ কাম বা পেছা
							ಉದಾಹರಣೆ : 
							তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
							
ಸಮಾನಾರ್ಥಕ : ডাক্তৰী
ಅರ್ಥ : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
							ಉದಾಹರಣೆ : 
							বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
							
ಸಮಾನಾರ್ಥಕ : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য