ಅರ್ಥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
							ಉದಾಹರಣೆ : 
							লতাই কুর্তাটোত বুটাম লগাই আছে
							
ಸಮಾನಾರ್ಥಕ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
ಅರ್ಥ : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
							ಉದಾಹರಣೆ : 
							নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
							
ಅರ್ಥ : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
							ಉದಾಹರಣೆ : 
							দর্জীয়ে কাপোৰ চিলাই কৰে