ಅರ್ಥ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
							ಉದಾಹರಣೆ : 
							চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
							
ಸಮಾನಾರ್ಥಕ : চুঙি, জুই ফুকা চুঙা
ಅರ್ಥ : নলৰ আকাৰৰ কোনো বস্তু
							ಉದಾಹರಣೆ : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
ಸಮಾನಾರ್ಥಕ : নলিচা