ಅರ್ಥ : যি লিপিত জাপানী ভাষা লিখা হয়
							ಉದಾಹರಣೆ : 
							ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
							
ಸಮಾನಾರ್ಥಕ : জাপানী-লিপি
ಅರ್ಥ : জাপান দেশৰ ভাষা
							ಉದಾಹರಣೆ : 
							ৰামে জাপানী কʼব পাৰে
							
ಅರ್ಥ : জাপানত বসবাস কৰা
							ಉದಾಹರಣೆ : 
							জাপানীসকল বৰ পৰিশ্রমী
							
ಅರ್ಥ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
							ಉದಾಹರಣೆ : 
							জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়