ಅರ್ಥ : জার্মানী, অষ্ট্রিয়া বা তাৰ ওচৰ-পাজৰৰ অঞ্চলত কোৱা এটি ভাষা
							ಉದಾಹರಣೆ : 
							এই কিতাপখন জার্মানত লিখা
							
ಸಮಾನಾರ್ಥಕ : জার্মান ভাষা, জার্মান-ভাষা
ಅರ್ಥ : জার্মানীৰ অধিবাসী
							ಉದಾಹರಣೆ : 
							আমাৰ গৱেষণাগাৰত দুজন জার্মানে কাম কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : জার্মান বাসী, জার্মান-বাসী, জার্মানবাসী
ಅರ್ಥ : জার্মানীৰ বা জার্মানীৰ সৈতে সম্বন্ধ থকা
							ಉದಾಹರಣೆ : 
							শ্যামে জার্মান সংস্কৃতিৰ পোষকতা কৰে
							
ಅರ್ಥ : জার্মানত থকা বা বসতি কৰা
							ಉದಾಹರಣೆ : 
							আমাৰ দেশলৈ বহুতো জার্মান পর্যটক আহে