ಅರ್ಥ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
							ಉದಾಹರಣೆ : 
							শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
							
ಸಮಾನಾರ್ಥಕ : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱনী
ಅರ್ಥ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰ জীৱনী লিখি আছে
							
ಸಮಾನಾರ್ಥಕ : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী