ಅರ್ಥ : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
							ಉದಾಹರಣೆ : 
							পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
							
ಸಮಾನಾರ್ಥಕ : উচ্ছিষ্ট
ಅರ್ಥ : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
							ಉದಾಹರಣೆ : 
							জুঠা আনক দিব নালাগে
							
ಸಮಾನಾರ್ಥಕ : উচ্ছিষ্ট ভোজন
ಅರ್ಥ : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
							ಉದಾಹರಣೆ : 
							জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয়  মায়ে জুঠা বাচনবোৰক ধুই আছে