ಅರ್ಥ : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
							ಉದಾಹರಣೆ : 
							ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
							
ಸಮಾನಾರ್ಥಕ : চাচি, ধুমুহা-বতাহবানাহ
ಅರ್ಥ : তীব্রবেগী ধুমুহা
							ಉದಾಹರಣೆ : 
							কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
							
ಸಮಾನಾರ್ಥಕ : ধুমুহা-বতাহ