ಅರ್ಥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							ಉದಾಹರಣೆ : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
ಸಮಾನಾರ್ಥಕ : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
ಅರ್ಥ : অনুচিতভাৱে লোৱা
							ಉದಾಹರಣೆ : 
							মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
							
ಸಮಾನಾರ್ಥಕ : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা