ಅರ್ಥ : বাতৰি কাকত আদিত প্রকাশিত ঘটনা আদিৰ সংক্ষিপ্ত বিৱৰণ বা সেই সম্বন্ধে সম্পাদকৰ বিচাৰ
							ಉದಾಹರಣೆ : 
							আজিৰ বাতৰি কাকতত প্রকাশ পোৱা সংসদত হোৱা হুলস্থূলৰ ওপৰত সম্পাদকে কৰা টিপ্পনীটো বৰ শক্তিশালী
							
ಅರ್ಥ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা
							ಉದಾಹರಣೆ : 
							এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে
							
ಸಮಾನಾರ್ಥಕ : টীকা
ಅರ್ಥ : কোনো ব্যক্তি, বিষয় অথবা কার্য সম্বন্ধত কৰা বিচাৰ
							ಉದಾಹರಣೆ : 
							মই এই বিষয়ত কোনো টিপ্পনী দিব নিবিচাৰোঁ
							
ಅರ್ಥ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
							ಉದಾಹರಣೆ : 
							মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
							
ಸಮಾನಾರ್ಥಕ : টীকা, টীকা-টিপ্পনী