ಅರ್ಥ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
							ಉದಾಹರಣೆ : 
							তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
							
ಸಮಾನಾರ್ಥಕ : টেপ-ৰেকর্ডাৰ
ಅರ್ಥ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
							ಉದಾಹರಣೆ : 
							মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
							
ಸಮಾನಾರ್ಥಕ : কেছেট
ಅರ್ಥ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে