ಅರ್ಥ : লিখা-পঢ়া বা খোৱা-বোৱা কৰিবলৈ সজা চাৰিটা খুটি থকা ওখ আচবাব
							ಉದಾಹರಣೆ : 
							মেজত কিতাপবোৰ খেলি-মেলি হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : মেজ
ಅರ್ಥ : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে
							ಉದಾಹರಣೆ : 
							তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়
							
ಸಮಾನಾರ್ಥಕ : তালিকা