ಅರ್ಥ : খুব ভালকৈ ভৰি থকা
							ಉದಾಹರಣೆ : 
							এই মোনাটো সূতাৰে ঠাহ খাই আছে
							
ಅರ್ಥ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
							ಉದಾಹರಣೆ : 
							ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
							
ಅರ್ಥ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
							ಉದಾಹರಣೆ : 
							ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
							
ಸಮಾನಾರ್ಥಕ : ভর্তি হোৱা, ভৰি থকা