ಅರ್ಥ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
							
ಅರ್ಥ : বার্মু্দাত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
							
ಸಮಾನಾರ್ಥಕ : বার্মুদিয়ান ডলাৰ
ಅರ್ಥ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
							
ಸಮಾನಾರ್ಥಕ : অষ্ট্রেলিয়ান ডলাৰ
ಅರ್ಥ : আমেৰিকাত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
							
ಸಮಾನಾರ್ಥಕ : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
ಅರ್ಥ : বাহামাত চলা মুদ্রা
							ಉದಾಹರಣೆ : 
							এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
							
ಸಮಾನಾರ್ಥಕ : বাহামিয়ান ডলাৰ