ಅರ್ಥ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
							ಉದಾಹರಣೆ : 
							ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
							
ಸಮಾನಾರ್ಥಕ : পোষ্ট
ಅರ್ಥ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
							ಉದಾಹರಣೆ : 
							মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
							
ಅರ್ಥ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
							ಉದಾಹರಣೆ : 
							মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ