ಅರ್ಥ : লিবিয়াত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
							
ಸಮಾನಾರ್ಥಕ : লিবিয়ান ডিনাৰ
ಅರ್ಥ : টিউনিছিয়াত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
							
ಸಮಾನಾರ್ಥಕ : টিউনিছিয়ান ডিনাৰ
ಅರ್ಥ : আলজেৰিয়াত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
							
ಸಮಾನಾರ್ಥಕ : আলজেৰিয়ান ডিনাৰ
ಅರ್ಥ : ইৰাকত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
							
ಸಮಾನಾರ್ಥಕ : ইৰাকী ডিনাৰ
ಅರ್ಥ : ইৰাণত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
							
ಸಮಾನಾರ್ಥಕ : ইৰাণী ডিনাৰ
ಅರ್ಥ : কুৱেইটত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
							
ಸಮಾನಾರ್ಥಕ : কুৱেইটী ডিনাৰ
ಅರ್ಥ : বাহৰেইনত চলা মুদ্রা
							ಉದಾಹರಣೆ : 
							তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী  ডিনাৰ  পঠিয়ায়
							
ಸಮಾನಾರ್ಥಕ : বাহৰেইনী ডিনাৰ
ಅರ್ಥ : জর্দানত প্রচলিত মুদ্রা
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
							
ಸಮಾನಾರ್ಥಕ : জর্দানিয়ান ডিনাৰ