ಅರ್ಥ : ঢিলা হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
							
ಸಮಾನಾರ್ಥಕ : শিথিলতা
ಅರ್ಥ : যিটো বেছি গাঢ় নহয়
							ಉದಾಹರಣೆ : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
ಅರ್ಥ : ঠেক বা কচি বা টানি নবন্ধা
							ಉದಾಹರಣೆ : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
ಅರ್ಥ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							ಉದಾಹರಣೆ : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
ಅರ್ಥ : যিটো ভালদৰে বন্ধা বা লগা নাই
							ಉದಾಹರಣೆ : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে