ಅರ್ಥ : কাৰোবাৰ পৰা নিজৰ প্রাপ্য ধন আদায় কৰিবলৈ বা আৱশ্যকীয় কাম কৰিবলে স্মৰণ কৰোৱা কার্য
							ಉದಾಹರಣೆ : 
							কেইবাবাৰো তাগিদা দিয়াৰ পিছতো তেওঁ ্মোৰ পইচাখিনি নিদিলে
							
ಸಮಾನಾರ್ಥಕ : খটিয়নি
ಅರ್ಥ : এনেকুৱা অনুৰোধ বা আদেশ যাক পালনৰ কাৰণে বাৰম্বাৰ কৈ থকা হৈছে
							ಉದಾಹರಣೆ : 
							মালিকে চাকৰক তাগিদা দিলে যে বলদহালক কেৱল ভুচিহে খুৱাব লাগে
							
ಸಮಾನಾರ್ಥಕ : তাগাদা