ಅರ್ಥ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
							ಉದಾಹರಣೆ : 
							তেওঁ খঙতে তাচপাতখিনি ফালি দিলে  এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
							
ಸಮಾನಾರ್ಥಕ : তাচপাত, প্লে কার্ড
ಅರ್ಥ : তাচৰ পাতেৰে খেলিব পৰা খেল
							ಉದಾಹರಣೆ : 
							কিছুমান লোকে বাগিছাত তাচ খেলি আছে