ಅರ್ಥ : তিনি সংখ্যাত পৰা ইংৰাজী মাহৰ এটা তাৰিখ
							ಉದಾಹರಣೆ : 
							মই তিনি তাৰিখে ঘৰলৈ যাম
							
ಸಮಾನಾರ್ಥಕ : তিনি তাৰিখ
ಅರ್ಥ : এক আৰু দুই যোগ কৰি পোৱা সংখ্যা
							ಉದಾಹರಣೆ : 
							পাঁচৰ পৰা দুই বিয়োগ কৰিলে তিনি পোৱা যায়
							
ಸಮಾನಾರ್ಥಕ : ৩