ಅರ್ಥ : কঠিনতাৰে কৰা বহুত ভাল কাম
							ಉದಾಹರಣೆ : 
							শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অভিজ্ঞতা
ಅರ್ಥ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
							ಉದಾಹರಣೆ : 
							চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
							
ಸಮಾನಾರ್ಥಕ : কুশলতা
ಅರ್ಥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
							ಉದಾಹರಣೆ : 
							এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
							
ಸಮಾನಾರ್ಥಕ : দখল