ಅರ್ಥ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
							ಉದಾಹರಣೆ : 
							আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
							
ಸಮಾನಾರ್ಥಕ : লাখুটি
ಅರ್ಥ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
							ಉದಾಹರಣೆ : 
							শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
							
ಸಮಾನಾರ್ಥಕ : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
ಅರ್ಥ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
							ಉದಾಹರಣೆ : 
							আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
							
ಅರ್ಥ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
							ಉದಾಹರಣೆ : 
							কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
							
ಸಮಾನಾರ್ಥಕ : কুমাৰৰ দণ্ড