ಅರ್ಥ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ
							ಉದಾಹರಣೆ : 
							আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ
							
ಸಮಾನಾರ್ಥಕ : দৰশন
ಅರ್ಥ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা
							ಉದಾಹರಣೆ : 
							বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ
							
ಸಮಾನಾರ್ಥಕ : ্তত্ত্বজ্ঞান
ಅರ್ಥ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ
							ಉದಾಹರಣೆ : 
							কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই
							
ಸಮಾನಾರ್ಥಕ : দৰশন