ಅರ್ಥ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
							ಉದಾಹರಣೆ : 
							লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
							
ಸಮಾನಾರ್ಥಕ : পাহি
ಅರ್ಥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
							ಉದಾಹರಣೆ : 
							তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
							
ಸಮಾನಾರ್ಥಕ : পার্টী
ಅರ್ಥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
							ಉದಾಹರಣೆ : 
							সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
							
ಸಮಾನಾರ್ಥಕ : জাক
ಅರ್ಥ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি
							ಉದಾಹರಣೆ : 
							ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে
							
ಸಮಾನಾರ್ಥಕ : পাৰিষদ্্বর্গ, ্গোট