ಅರ್ಥ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
							ಉದಾಹರಣೆ : 
							ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
							
ಅರ್ಥ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
							ಉದಾಹರಣೆ : 
							আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
							
ಸಮಾನಾರ್ಥಕ : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত