ಅರ್ಥ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
							ಉದಾಹರಣೆ : 
							অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
							
ಸಮಾನಾರ್ಥಕ : দোষাৰোপন
ಅರ್ಥ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
							ಉದಾಹರಣೆ : 
							দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
							
ಸಮಾನಾರ್ಥಕ : দোষনিৰ্ণয়