ಅರ್ಥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
							ಉದಾಹರಣೆ : 
							আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
							
ಸಮಾನಾರ್ಥಕ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
ಅರ್ಥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
							ಉದಾಹರಣೆ : 
							আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
ಅರ್ಥ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
							ಉದಾಹರಣೆ : 
							ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
							
ಸಮಾನಾರ್ಥಕ : কৃতার্থ