ಅರ್ಥ : ক্রিয়াৰ মূল ৰূপ
							ಉದಾಹರಣೆ : 
							সংস্কৃতত ভূ, কৃ আদি ধাতু
							
ಅರ್ಥ : শৰীৰক নি্র্মাণ কৰি থকা ভিতৰুৱা তত্ত্ব বা পদার্থ যি বৈদ্যৰ অনুসৰি সাত প্রকাৰৰ
							ಉದಾಹರಣೆ : 
							আমাৰ শৰীৰত ৰস, তেজ, মাংস, তেল, শুক্র, মজ্জা আৰু অস্থি- এই সাত ধাতু থাকে
							
ಅರ್ಥ : যি কঠিন আৰু উজ্জ্বল খনিজ পদার্থৰ ় দ্বাৰা বাচন-বর্তন, ় গহণা, অস্ত্র-শস্ত্র আদি বনোৱা হয়
							ಉದಾಹರಣೆ : 
							সোণ এবিধ মূল্যবান ধাতু
							
ಸಮಾನಾರ್ಥಕ : মেটেল