ಅರ್ಥ : অনর্থ ্বা ধ্বংস কৰোঁতা
							ಉದಾಹರಣೆ : 
							গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
ಅರ್ಥ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
							ಉದಾಹರಣೆ : 
							চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
							
ಸಮಾನಾರ್ಥಕ : পতনমুখী
ಅರ್ಥ : যি ধ্বংস কৰে
							ಉದಾಹರಣೆ : 
							বাৰুদ এবিধ ধ্বংসকাৰী বস্তু