ಅರ್ಥ : কোনো দেশৰ নিবাসী
							ಉದಾಹರಣೆ : 
							ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
							
ಸಮಾನಾರ್ಥಕ : নাগৰিক
ಅರ್ಥ : যি নগৰত বাস কৰে বা নগৰত থাকে
							ಉದಾಹರಣೆ : 
							গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
							
ಸಮಾನಾರ್ಥಕ : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া