ಅರ್ಥ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
							ಉದಾಹರಣೆ : 
							কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : নথি
ಅರ್ಥ : যাৰ পঞ্জীকৰণ কৰা হৈছে
							ಉದಾಹರಣೆ : 
							নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
							
ಸಮಾನಾರ್ಥಕ : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড