ಅರ್ಥ : যাক তললৈ মূৰ কৰাব পাৰি
							ಉದಾಹರಣೆ : 
							এই লাখুটিডাল লেহুকা
							
ಸಮಾನಾರ್ಥಕ : লেউসেউ, লেহুকা, স্থিতিস্থাপক
ಅರ್ಥ : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
							ಉದಾಹರಣೆ : 
							সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
							
ಅರ್ಥ : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
							ಉದಾಹರಣೆ : 
							কিছুমান ধাতু নমনীয় হয়