ಅರ್ಥ : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ
							ಉದಾಹರಣೆ : 
							মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল
							
ಸಮಾನಾರ್ಥಕ : মার্কশ্বিট
ಅರ್ಥ : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ
							ಉದಾಹರಣೆ : 
							তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে
							
ಸಮಾನಾರ್ಥಕ : নম্বৰ-তালিকা