ಅರ್ಥ : নলৰ আকাৰৰ কোনো বস্তু
							ಉದಾಹರಣೆ : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
ಸಮಾನಾರ್ಥಕ : চুঙা
ಅರ್ಥ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
							ಉದಾಹರಣೆ : 
							ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
							
ಅರ್ಥ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
							ಉದಾಹರಣೆ : 
							ৰামে হোকা খাই আছে
							
ಸಮಾನಾರ್ಥಕ : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা