ಅರ್ಥ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
							ಉದಾಹರಣೆ : 
							পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
							
ಸಮಾನಾರ್ಥಕ : ধ্বংস কৰা
ಅರ್ಥ : উচ্ছন্ন বা নষ্ট হোৱা
							ಉದಾಹರಣೆ : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
ಅರ್ಥ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
							ಉದಾಹರಣೆ : 
							দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
							
ಸಮಾನಾರ್ಥಕ : বেয়া কৰা