ಅರ್ಥ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
							ಉದಾಹರಣೆ : 
							দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
							
ಸಮಾನಾರ್ಥಕ : সংস্থাপনহীন
ಅರ್ಥ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
							ಉದಾಹರಣೆ : 
							দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
							
ಸಮಾನಾರ್ಥಕ : বেৰোজগাৰ