ಅರ್ಥ : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
							ಉದಾಹರಣೆ : 
							তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
							
ಅರ್ಥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
							ಉದಾಹರಣೆ : 
							আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
							
ಸಮಾನಾರ್ಥಕ : সুৰক্ষিত
ಅರ್ಥ : যʼত অনাহক আশংকা নাথাকে
							ಉದಾಹರಣೆ : 
							নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে