ಅರ್ಥ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
							ಉದಾಹರಣೆ : 
							এই কামটোৰ তদাৰক ৰামে কৰিছে
							
ಸಮಾನಾರ್ಥಕ : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
ಅರ್ಥ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
							
ಸಮಾನಾರ್ಥಕ : পর্যবেক্ষণ