ಅರ್ಥ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ
							ಉದಾಹರಣೆ : 
							মোহিতে দেউতাকৰ পত্র পঢ়ি আছে
							
ಅರ್ಥ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা
							ಉದಾಹರಣೆ : 
							জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে
							
ಅರ್ಥ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য
							ಉದಾಹರಣೆ : 
							আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো
							
ಅರ್ಥ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য
							ಉದಾಹರಣೆ : 
							পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে
							
ಸಮಾನಾರ್ಥಕ : অধ্যয়ন কৰা