ಅರ್ಥ : যিজনে পথপ্রদর্শন ্কৰায়
							ಉದಾಹರಣೆ : 
							এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
							
ಸಮಾನಾರ್ಥಕ : দিগ্্দর্শক
ಅರ್ಥ : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
							ಉದಾಹರಣೆ : 
							এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
							
ಸಮಾನಾರ್ಥಕ : দিগ্্দর্শক, ্মার্গদর্শক
ಅರ್ಥ : পথ প্রশস্ত কৰা লোক
							ಉದಾಹರಣೆ : 
							আজিকালি সমাজত ভাল পথ প্রদর্শক কমি যোৱা কাৰণে যুৱপ্রজন্ম বিপথে পৰিচালিত হৈছে
							
ಸಮಾನಾರ್ಥಕ : দিশ নি্র্ণ্ায়ক, পথ প্রদর্শক, মার্গ প্রদর্শক, ্ মার্গ দর্শক