ಅರ್ಥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
							ಉದಾಹರಣೆ : 
							তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
							
ಸಮಾನಾರ್ಥಕ : পাট্টা
ಅರ್ಥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
							ಉದಾಹರಣೆ : 
							লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
							
ಸಮಾನಾರ್ಥಕ : পৃষ্ঠা
ಅರ್ಥ : কাগজৰ সমান পাতল ধাতুৰ পাত
							ಉದಾಹರಣೆ : 
							তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
							
ಸಮಾನಾರ್ಥಕ : পত্র