ಅರ್ಥ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
							ಉದಾಹರಣೆ : 
							ৰমেশৰ তেজ পনীয়া হৈ গৈছে  এইখিনি গাখীৰ নহয় পানী
							
ಸಮಾನಾರ್ಥಕ : পনীয়া
ಅರ್ಥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
							ಉದಾಹರಣೆ : 
							এই তৰোৱালখনৰ পানী চাবলগীয়া
							
ಸಮಾನಾರ್ಥಕ : ধাৰ
ಅರ್ಥ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
							ಉದಾಹರಣೆ : 
							তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে