ಅರ್ಥ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
							ಉದಾಹರಣೆ : 
							লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
							
ಸಮಾನಾರ್ಥಕ : দল
ಅರ್ಥ : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
							ಉದಾಹರಣೆ : 
							ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
							
ಸಮಾನಾರ್ಥಕ : বীজপত্রী