ಅರ್ಥ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : পাৰ চৰাই
ಅರ್ಥ : সন্মুখত থকা অন্য ফাল
							ಉದಾಹರಣೆ : 
							আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
							
ಅರ್ಥ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
							ಉದಾಹರಣೆ : 
							নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
							
ಸಮಾನಾರ್ಥಕ : তীৰ
ಅರ್ಥ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
							ಉದಾಹರಣೆ : 
							ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে