ಅರ್ಥ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
							ಉದಾಹರಣೆ : 
							এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
							
ಅರ್ಥ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
							ಉದಾಹರಣೆ : 
							এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
							
ಸಮಾನಾರ್ಥಕ : আবৃত্তি
ಅರ್ಥ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
							ಉದಾಹರಣೆ : 
							ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
							
ಅರ್ಥ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
							ಉದಾಹರಣೆ : 
							মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
							
ಸಮಾನಾರ್ಥಕ : পুনৰকথন