ಅರ್ಥ : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : দুনিয়া
ಅರ್ಥ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
							ಉದಾಹರಣೆ : 
							ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
							
ಸಮಾನಾರ್ಥಕ : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা